Advertisement

Transport, police officials launch awareness campaign on new traffic rules

Transport, police officials launch awareness campaign on new traffic rules পথ সুৰক্ষাৰ সজাগতা অভিযান পৰিবহণ বিভাগ আৰু আৰক্ষীৰ। নতুন যান-বাহন আইনৰ বিষয়ে সজাগতা অনাৰ বাবে বিশেষ পদক্ষেপ। বাস্তৱ উদাহৰণেৰে ৰাইজৰ মাজত সজাগতা অনাৰ চেষ্টা আৰক্ষী আৰু পৰিবহণ বিভাগৰ। পথ সুৰক্ষাই জীৱন ৰক্ষা এই লক্ষ্যৰে বাটৰ নাটৰ লগতে বিভিন্ন কাৰ্যসূচীৰে গ্ৰহণ কৰা হ’ল সজাগতা অভিযান।

#NewsLive #AssamNews

Like the official facebook page of News Live:

Follow News Live on twitter:

Connect to our instagram account:

Visit our website for all news updates:

#NewsLive,#NewsLiveAssam,#AssamNews,#NewsLiveBreaking,#GuwahatiNews,#NeNews,#NewsLiveChannel,New Traffic Rules,Road Safety,Road Safety Campaign,District Transport Office,Guwahati Police,Guwahati News,Assam News Live,News Live,

Post a Comment

0 Comments